A PHP Error was encountered

Severity: Warning

Message: session_start(): Failed to decode session object. Session has been destroyed

Filename: Session/Session.php

Line Number: 143

Backtrace:

File: /home/grktapf/public_html/application/core/MY_Controller.php
Line: 13
Function: __construct

File: /home/grktapf/public_html/application/controllers/Index.php
Line: 11
Function: __construct

File: /home/grktapf/public_html/index.php
Line: 315
Function: require_once

Akshaya Patra Impact of Mid Day Meal in Assamese Language

প্ৰভাৱ অধ্যয়ন

Akshaya Patraফাউণ্ডেচনৰ স্বপ্ন মন্তব্যই স্পষ্টভাৱে আহাৰ আৰু শিক্ষাৰ মাজত এটি সংযোগ তুলি ধৰিছে। নিজৰ স্বপ্নৰ প্ৰথম পদক্ষেপৰূপেফাউণ্ডেচনে 2000 চনত বিদ্যালয়সমূহত মিড্-ডে মিল (মধ্যাহ্ন ভোজন) পৰিবেশন কৰা আৰম্ভ কৰিলে। পাছত, 2003 চনতত যেতিয়া ভাৰত চৰকাৰে কেন্দ্ৰীয়ভাৱে মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰ বাবে জনাদেশ প্ৰদান কৰিলে তেতিয়া চৰকাৰী বিদ্যালয়সমূহত ৰন্ধা আহাৰ পৰিবেশন কৰিবৰ বাবে Akshaya Patraই চৰকাৰৰ সতে অংশীদাৰী গঠন কৰিলে। শ্ৰেণীকোঠাৰ ক্ষুধা নিবাৰণ কৰাৰ বাবে চৰকাৰৰ সহযোগত কাম কৰাটো সংস্থাটোৰ বাবে এক আদৰণীয় প্ৰগতি আছিল।

impact-of-the-akshaya-patra-foundationমিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰম প্ৰণয়ন কৰাত Akshaya Patraৰ সতে এই ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীয়েকেন্দ্ৰীয় মিড্-ডে মিল (মধ্যাহ্ন ভোজন) আঁচনিৰ তলত দিয়া ছয়টা লক্ষ্য পূৰণ কৰাত সফল হৈছে:

  • শ্ৰেণীকোঠাৰ ক্ষুধা নিবাৰণ কৰা

  • বিদ্যালয়ৰ নামভৰ্তিকৰণ বৃদ্ধি কৰা

  • বিদ্যালয়ৰ উপস্থিতি বৃদ্ধি কৰা

  • জাতিসমূহৰ মাজত সামাজিকীকৰণ উন্নত কৰি তোলা

  • পুষ্টিহীনতাক সম্বোধন কৰা, আৰু

  • মহিলা সশক্তিকৰণ

সংস্থাটোৱে মিড্-ডে মিল (মধ্যাহ্ন ভোজন) কাৰ্য্যক্ৰমৰ ছয়টা লক্ষ্য কিমান দূৰলৈকে পূৰণ কৰিব পাৰিছে তাৰ মূল্যায়ন কৰিবৰ বাবে, বিভিন্ন সংস্থাই প্ৰভাৱ অধ্যয়ন সম্পন্ন কৰিছে। সম্পন্ন কৰা প্ৰভাৱ অধ্যয়নসমূহ তলত দিয়া ধৰণৰ হয়:

এ.চি.নিয়েলচনঅধ্যয়ন

হাৰ্ভাৰ্ড কেচ ষ্টাডী

চৰকাৰী অধ্যয়নসমূহ

প্ৰশাসনীয় জ্ঞান কেন্দ্ৰ

মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়

- ৰাজস্থানত মিড্-ডে মিল কাৰ্য্যক্ৰমৰ পৰিস্থিতি বিশ্লেষণ

- কৰ্ণাটকাৰ অক্ষৰাডাচোহা আঁচনিৰ ওপৰত প্ৰতিবেদন

Read More

Share this post

whatsapp

Note : "This site is best viewed in IE 9 and above, Firefox and Chrome"

`